মাৰ্ঘেৰিটা, মানস প্ৰতিম গগৈ: বিশ্বকৰ্মাৰ পূজাৰ নিশা মাৰ্ঘেৰিটাত এক ভযংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকে থিতাতে প্ৰাণ হেৰোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হৈছে। প্ৰাপ্ত তথ্য মতে শনিবাৰে নিশা প্ৰায় ১১.১৫ বজাত ডিগবৈৰ পৰা মাৰ্ঘেৰিটা দিশে তীব্ৰ বেগত আহি থকা Yamaha FZ AS23Q 4497 নম্বৰৰ এখন বাইকে মাৰ্ঘেৰিটা ব্লক তিনিআলিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ […]