গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ৪টা ভোটগ্ৰহন কেন্দ্ৰত বিশেষ সুবিধাৰ মাজেৰে ৪৪গৰাকী তৃতীয় লিংগৰ ভোটাৰে সাব্যস্ত কৰিলে ভোটদান ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সহযোগিতাত তৃতীয় লিংগ সকলৰ সুবিধাৰ্থে পৃথক ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে ৷

গুৱাহাটী মহানগৰীত দুপৰীয়া ১২বজালৈকে ভোটদানৰ হাৰ হৈছে ২৮.৯৬শতাংশ

দিছপুৰ সমষ্টিত ভোটদানৰ হাৰ ২৯.০০শতাংশ
গুৱাহাটী পূবত ভোটদানৰ হাৰ ২৫.০০শতাংশ

গুৱাহাটী পশ্চিমত ভোটদানৰ হাৰ ৩০.০০শতাংশ

জালুকবাৰীত ভোটদানৰ হাৰ ৩২.০০শতাংশ১২বজালৈকে অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ- ৩৩.১৮শতাংশ


ঠিক তেনেদৰে কেৰালাত ১২বজালৈকে ভোটদানৰ হাৰ ৩১.৪৮শতাংশ

পুডুচেৰীত ভোটদানৰ হাৰ ৩৫.৭১শতাংশ আৰু তামিলনাডুত ভোটদানৰ হাৰ ২২.৮৭শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply