ওদালগুৰিঃ ওদালগুৰিৰ ভেৰগাঁৱৰ টোটলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত গুৰুত্বৰভাবে আহত হয় সাতজন যাত্ৰী। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃহাজোত ৫টা দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰ, ৱালাবি উদ্ধাৰ; এজনক গ্ৰেপ্তাৰ

ডিমাকুছিৰ পৰা ভেৰগাঁও অভিমুখে আহি আছিল ছালমা নামৰ বাছখন। বাছখন চলাই আহোতে চালকজনে ফোনত কথা পাতি অহাৰ অভিযোগ যাত্ৰীসকলৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছচালকজনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply