যোগীঘোপা : নৰনাৰায়ণ সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুর্ঘটনা। তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত আহত ৫ জনকৈ লোক। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ।

গোৱালপাৰা-যোগীঘোপা সংযোগী নৰনাৰায়ণ সেঁতুৰ ওপৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে ৫ জনকৈ লোকক।

লগতে পঢ়ক – মায়ংত ভয়ংকৰ পথ দুর্ঘটনাত নিহত এজন

আহত সকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। নৰনাৰায়ণ সেঁতুৰ ওপৰত চেল্ফি উঠি থকা অৱস্থাত ট্ৰাকে মহতিয়াই নিয়ে। আহত সকলক চিকিৎসা বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply