বিলাসীপাৰা : বিলাসীপাৰাত শোকাবহ দুর্ঘটনা। বিলাসীপাৰাত ৰে’লৰ খুন্দাত নিহত পিতা-পুত্ৰ। ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাত শোকৰ ছাঁ বিৰাজ কৰিছে।

শনিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত এক শোকাবহ দুর্ঘটনাত মৃত্যুৰ মুখত পৰে পিতা-পুত্ৰ। বিলাসীপাৰাৰ চাপটগ্ৰামত সোণকোষ নদীৰ ওপৰত থকা দলঙত ৰে’লৰ খুন্দাত নিহত হয় পিতা-পুত্ৰ।

লগতে পঢ়ক –  মানকাচৰৰ দিয়াৰাত ভয়ংকৰ পথ দুর্ঘটনা

জানিব পৰা মতে ধুবুৰীৰ পৰা গুৱাহাটীৰ কামাখ্যালৈ আহি থকা ধুবুৰী-কামাখ্যা ফাষ্ট পেছেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় পিতা-পুত্ৰ। ৰে’লৰ খুন্দাত ইউছুফ আলী আৰু তেওঁৰ পুত্ৰ ছাইদুল ইছলাম নিহত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply