Posted inNews

ৰাজ্যৰ ১২খন হাইস্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ নহল এজনো

নিউজ ডেস্ক- আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে বহু ভাল ফলাফল লাভ কৰা দেখা গৈছে। এইবাৰ ৭২.৬৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাটো অভিলেখৰূপে পৰিগণিত হৈছে। এইবাৰ ১৮খন জিলাৰ ২৯খন হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশলৈ অৱনমিত হোৱা নাইবা কোনো হাইস্কুলত এজনো পৰীক্ষাৰ্থী উত্তীর্ণ হ’বলৈ সক্ষম নোহোৱাৰ কথাও জানিব পৰা গৈছে। ৰাজ্যখনৰ […]