Posted inনিৰ্বাচন ২০২১

উজনীত আমি ঘৰ বনালো,আপোনালোকে ফিনিচিং দিয়ক:কৰিমগঞ্জত গৌৰব গগৈ

কৰিমগঞ্জ : “উজনি অসমত আমি ঘৰ বনালো, ইয়াত মাত্ৰ আপোনালোকে ফিনিচিং দিয়ক” । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময়ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ হৈ উত্তৰ কৰিমগঞ্জত প্ৰচাৰ চলাই এইদৰে কয় সাংসদ গৌৰব গগৈয়ে। প্ৰচাৰ সভাত অংশ লৈ গৌৰব গগৈয়ে কলে “বিজেপিয়ে এটা হাতত দিছে ৮৩০ টকা আৰু আনফালে গেছৰ দাম ৯০০ টকা কৰি আপোনালোকৰ পৰা […]