Posted inঅসম

বোকাখাতৰ ৰাজহুৱা শ্মশানৰ নৱনিৰ্মিত সমূহীয়া ভৱন উদ্বোধন সাংসদ গৌৰৱ গগৈৰ

বোকাখাত, উত্তম কুমাৰ শৰ্মা: বৃহস্পতিবাৰে বোকাখাতৰ লতাবাৰীস্থিত ৰাজহুৱা শ্মশানস্থলীৰ এটি নৱনিৰ্মিত সমূহীয়া ভৱন উদ্বোধন কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। ২০১৭-১৮ বিত্তিয় বৰ্ষৰ ২০ লাখ টকা সাংসদ পুঁজিৰে নিৰ্মাণ কৰা হৈছে উক্ত ভৱনটো। ২০২০ বৰ্ষৰ ক’ভিডকালীন পৰিস্থিতিৰ সময়তে ভৱনটো নিৰ্মাণৰ বাবে সন্মতি প্ৰদান কৰিছিল সাংসদ গৰাকীয়ে। আগন্তুক দিনত ৰাজহুৱা শ্মশানখনিক আৰু অধিক সৰ্বাংগসুন্দৰ কৰি […]