Posted inNews

প্ৰেমিকাক নৃশংসভাৱে হত্যা প্ৰেমিকৰ, টুকুৰা টুকুৰ কৰিলে মৃতদেহ

নিউজ ডেস্ক: এটাৰ পাছত আনটো হত্যাকাণ্ডই কঁপাইছে সমগ্ৰ দেশ তথা ৰাজ্য। বিগত বৰ্ষত প্ৰেমিকে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰা শ্ৰদ্ধা ৱাকাৰৰ ঘটনাই সমগ্ৰ দেশ জোঁকাৰি গৈছিল। তাৰ কিছুদিন পিছতেই গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডই কঁপাইছিল ৰাজ্য। বন্দনা কলিতাই স্বামী আৰু শাহুক হত্য‍া কৰি মৃতদেহৰ টুকুৰা চুবুৰীয়া ৰাজ্য শ্বিলঙত পেলাই দিয়া লোমহৰ্ষক কাৰ্যই সকলোকে শিহৰিত কৰিছিল। এইবাৰ […]