নিউজ ডেস্কঃ বাতিল হ’ল আজি(১৩-০৩-২০২৩) অনুষ্ঠিত হ’বলীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।
মাজনিশা এই কথা SEBA য়ে এখন Notification উলিয়াই জৰিয়তে জনাই।
ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতেই ছেবাই মাজনিশা এই সিদ্ধান্ত ল’ব লগীয়া হয়।
টুইটাৰত পোষ্ট কৰি এই কথা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়ে।
পৰৱৰ্তী পৰীক্ষা অনুষ্ঠিত কৰা তাৰিখ অতিসোনকালে ঘোষণা কৰা হ’ব বুলি ছেবাৰ notifications ৰ লগতে মন্ত্ৰী ৰণোজ পেগুৱে টুইট টোত জানিবলৈ দিয়ে।