নিউজ ডেস্ক: লখিমপুৰ জিলাৰ নাৰায়নপুৰত থকা মাধৱদেৱ বিশ্ববিদ্যালয়ত খালী হৈ থকা শতাধিক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে বিশ্ববিদ্যালয়খনে বিভিন্ন বিভাগত খালী হৈ থকা ১১৩ টা পদত অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।

পদসমূহ হৈছে –

সহকাৰী অধ্যাপক (৪৭ টা পদ)

  • Assamese : 3
  • Botany : 5
  • Chemistry : 6
  • Computer Science : 4
  • Economics : 2
  • Education : 4
  • English : 1
  • History : 1
  • Mathematics : 5
  • Philosophy : 3
  • Physics : 5
  • Political Science : 1
  • Sociology : 2
  • Statistics : 2
  • Zoology : 3

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰত ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে NET বা Ph.D ডিগ্ৰী থাকিব লাগিব।

গ্ৰেড III আৰু গ্ৰেড IV – ৫৪ টা পদ

  • Section Officer : 4
  • Internal Auditor : 1
  • Accountant : 1
  • Senior Assistant : 2
  • Junior Assistant : 14
  • Library Assistant : 2
  • Record Keeper : 1
  • Data Entry Operator : 1
  • Electrician : 1
  • Driver : 2
  • Library Bearer : 2
  • Laboratory Bearer : 12
  • Grade-IV : 7
  • Sweeper / Cleaner : 4

প্ৰশাসনিক পদ – ৫৪ টা পদ

  • Academic Registrar : 1
  • Controller of Examinations : 1
  • Director of Student’s Welfare : 1
  • Deputy Registrar : 1
  • Deputy Controller of Examinations : 1
  • Deputy Librarian : 1
  • Finance Officer : 1
  • Assistant Engineer : 1
  • System Administrator : 1
  • Programmer :1 
  • PS to VC and Registrar : 2

আগ্ৰহী প্রাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা আৱেদন পত্ৰ ডাউনলড কৰি প্ৰয়োজনীয় ডকুমেনটছসহ ২০ মে’ৰ ভিতৰত The Registrar, Madhabdev University, Narayanpur, PO: Dikrong, Dist: Lakhimpur, Assam, PIN-784164 ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

আৱেদন পত্ৰৰ সৈতে সহকাৰী অধ্যাপকৰ পদত ২০০০ টকাৰ বেংক ড্ৰাফট, গ্ৰেড III আৰু গ্ৰেড IV পদত ৫০০ টকাৰ বেংক ড্ৰাফট আৰু প্ৰশাসনিক পদত ১০০০ টকাৰ বেংক ড্ৰাফট SBI, Narayanpur Branch (IFS Code SBIN0017208)-ত জমা হোৱাকৈ সংলগ্ন কৰি পঠাব লাগিব।

অৱশ্যে, SC / ST আৰু PwD প্ৰাৰ্থীৰ বেংক ড্ৰাফট মাচুলৰ ক্ষেত্ৰত ৰেহাই থাকিব।

বিতং বিজ্ঞাপনৰ বাবে এই লিংক কেইটাত ক্লিক কৰক – Link 1Link 2Link 3

লগতে পঢ়ক – এইবাৰ প্ৰৱঞ্চকৰ জালত দিছপুৰ মহাবিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply