Posted inঅসম

একুৱা কালচাৰ: কিদৰে মৎস্য উদপাদনত স্বাৱলম্বী হৈছে অসম

মাছ, অসমীয়া মানুহৰ এবিধ অন্যতম প্ৰিয় খাদ্য। আজিৰ তাৰিখত ৰাজ্যখনত মাছৰ বছৰি চাহিদা ৩.৩ লাখ টনতকৈ অধিক, বিগত কেইবা বছৰ ধৰি অসমে বাহিৰৰ পৰা অহা চালানি মাছেৰে পূৰণ কৰি আহিবলগীয়া হৈছিল মাছৰ এই বৃহৎ চাহিদা। ইয়াৰ এক অন্যতম কাৰণ হৈছে মাছৰ নিম্ন ঘৰুৱা উৎপাদন, ২০০৫-১০ চনৰ সময়খিনিত ৰাজ্যখনত মাছৰ উৎপাদন আছিল মাত্ৰ ৬.৫৫ শতাংশ। অৱশ্যে, […]