Posted inNews

২১-২২ মে’ত কেৰালা ভ্ৰমণ উপ-ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্ক– ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ২১-২২ মে’ত কেৰালা লৈ দুদিনীয়া ভ্ৰমণলৈ যাব। ২১ মে’ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তিৰুৱনন্তপুৰমৰ শ্ৰী পদ্মনাভাস্বামী মন্দিৰত দৰ্শন কৰিব। উল্লেখ্য যে, ২২ মে’ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তিৰুৱনন্তপুৰমত কেৰালা বিধানসভা ভৱনৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীৰ উদ্বোধন কৰি ভাষণ প্ৰদান কৰিব। লগতে, কেৰালা বিধানসভাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মহোৎসৱ – ২০২৩ৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব। উক্ত দিনটোৰ পিছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে […]