Posted inদেশ-বিদেশ

লকডাউনত নিজে তৈয়াৰ কৰা বিমানত সপৰিয়ালে ইউৰোপ ভ্ৰমণ কেৰেলাৰ এইজন লোকৰ

নিউজ ডেস্ক: সমগ্ৰ বিশ্বতে ক’ভিড লকডাউন চলি থকাৰ সময়ত নিৰ্মাণ কৰি তোলা এখন বিমানেৰে এতিয়া পৰিয়ালসহ ইউৰোপ ভ্ৰমণ কৰি আছে কেৰেলাৰ অশোক আলিছেৰিল থামাৰৰক্ষন নামৰ এজন লোকে। কেৰেলাৰ আলাপুজা (Alappuzha)-ৰ বাসিন্দা অশোকক বিমানখন নিৰ্মাণ কৰিবলৈ সময় লাগিল ১৮ মাহ। অশোক বৰ্তমান কৰ্মসূত্ৰে লণ্ডনত থাকে। তেওঁ ২০০৬ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে ব্ৰিটেইনলৈ যায় আৰু বৰ্তমান […]