Posted inঅসম

ধেমাজিত অনলাইন শ্বপিং চাইট মুকলি

ধেমাজিঃ ধেমাজিৰ চাৰিজন শিক্ষিত যুৱকৰ এক আকৰ্ষণীয় পদক্ষেপ। 4peopleplus.com নামেৰে এক অনলাইন শ্বপিং চাইট মুকলি কৰি চহৰখনৰ লগতে নৱপ্ৰজন্মক আৰু এখোজ আগুৱাই নিবলৈ প্ৰয়াস কৰিছে এইকেইগৰাকী যুৱকে। এতিয়াৰ পৰা ঘৰতে বহি এই অনলাইন শ্বপিং চাইটৰ পৰা কম মূল্যত আপোনাৰ মন পছন্দৰ কাপোৰ ক্ৰয় কৰিব পাৰিব। সামগ্ৰী সমূহ একেদিনাই হোম ডেলিভাৰী হ’ব। এই অনলাইন চাইট টোত […]