Posted inঅসম

কাজিৰঙাৰ শ’লমৰা গাঁৱত মৃত ঢেকিয়াপতীয়া বাঘ উদ্ধাৰ

বোকাখাতঃ কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ১নং শিলদুবিৰ শ’লমৰা গাঁৱত ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ। কাজিৰঙাৰ শ’লমৰা অঞ্চলত বাঘে এটা গৰু চিকাৰৰ পিছতে মৃত অৱস্থাত বাঘটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। লগতে পঢ়কঃমৰিয়নিত আঘাতপ্ৰাপ্ত মাইকী নাহৰফুটুকীৰ বোকাখাতত মৃত্যু বৰ্তমান বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । ইফালে মৰিয়নিত আঘাতপ্ৰাপ্ত এটা বাঘৰ আজি বোকাখাতত মৃত্যু হয়। ৰাষ্ট্ৰীয় […]