Posted inNews

এইপৰ্যন্ত সন্ধান নাই উত্তৰাখণ্ডত নিৰুদ্দেশ হোৱা দীপশিখাৰ

উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ হিমস্খলনৰ ফলত সন্ধানহীন হোৱা অসমৰ দীপশিখা হাজৰিকা নামৰ  যুৱতীগৰাকীৰ আজিও কোনো সন্ধান ওলোৱা নাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সন্ধানহীন যুৱতীগৰাকীক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷