জামুগুৰিহাটঃ জামুগুৰিহাটৰ ২ নং বালিজুৰীৰ নেৱাৰবস্তীত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ ।
স্থানীয় ৰাইজে অজগৰ সাপডাল পথাৰত ঘূৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।
ৰাইজে অতি নিখুটভাবে অজগৰ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
প্ৰকাণ্ড অজগৰ সাপডাল ৰাইজে উদ্ধাৰ কৰি ডিপলোঙা বনাঞ্চলিক বন বিষয়া চন্দন দাসৰ হাতত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিবৰ বাবে চমজায় দিয়ে।
লগতে পঢ়কঃকিশোৰী নিৰ্যাতন চলোৱা লম্পট সুৰজ মাহাতো আৰক্ষীৰ জালত