জামুগুৰিহাটঃ জামুগুৰিহাটৰ ২ নং বালিজুৰীৰ নেৱাৰবস্তীত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ ।

স্থানীয় ৰাইজে অজগৰ সাপডাল পথাৰত ঘূৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

ৰাইজে অতি নিখুটভাবে অজগৰ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰকাণ্ড অজগৰ সাপডাল ৰাইজে উদ্ধাৰ কৰি ডিপলোঙা বনাঞ্চলিক বন বিষয়া চন্দন দাসৰ হাতত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিবৰ বাবে চমজায় দিয়ে।

লগতে পঢ়কঃকিশোৰী নিৰ্যাতন চলোৱা লম্পট সুৰজ মাহাতো আৰক্ষীৰ জালত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply