গুৱাহাটীঃ ফেশ্বন জগতৰ অন্যতম মঞ্চ ”মিছেছ ইণ্ডিয়া ইউনিভার্ছ ২০২১” প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ-পূবৰ ১১ গৰাকীকৈ সুন্দৰী।

এই অডিচনত উত্তৰ-পূবৰ বহুকেইগৰাকী সুন্দৰী মহিলাইয়ো অংশ লৈছে।

গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হৈ যায় ”মিছেছ ইণ্ডিয়া ইউনিভার্ছ ২০২১”ৰ অডিচন।

দিল্লী আৰু মালদ্বীপত অনুষ্ঠিত হ’ব সৌন্দর্য প্রতিযোগিতাখনিৰ ফাইনেল ৰাউণ্ড।

 দেশৰ ১০০গৰাকী প্রতিযোগীয়ে ফাইনেল ৰাইণ্ডত অংশগ্রহণ কৰিব।

”মিছেছ ইণ্ডিয়া চি ইজ ইণ্ডিয়া”ৰ মুখ্য কার্যবাহী বিষয়া ৰিছা সিং আৰু ৰাজ্যিক সঞ্চালক উর্মিমালা বৰুৱাই এই সন্দৰ্ভত জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply