Posted inNews

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

নিউজ ডেস্ক: সোমবাৰে কেন্দ্ৰীয় লোক সেৱা আয়োগে অসামৰিক সেৱা পৰীক্ষা ২০২৩- ৰ ফলাফল ঘোষণা কৰে। ২০২৩ চনৰ ২৮ মে’ত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় লোক সেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.inত তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰিব । উল্লেখ্য যে প্ৰাৰ্থীসকলৰ প্রার্থিত্ব অস্থায়ী আৰু পৰীক্ষাৰ নিয়ম অনুসৰি, তেওঁলোকে বিতং আবেদন (ডিএএফ-১)ৰ জৰিয়তে অসামৰিক সেৱা (মুখ্য) […]