Posted inঅসম

কামৰূপ জিলা দিৱসৰ লগত সংগতি ৰাখি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

আমিনাগাওঁ : সমগ্ৰ দেশৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগতো আজি আন্তৰ্জাতিক নাৰী দিৱস ২০২২ উদযাপন কৰা হয়। এই উপলক্ষে আজি কুমাৰ ভাস্কৰ বৰ্মন খেল পথাৰত কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ মহিলা বিষয়া-কৰ্মচাৰীসকলৰ মাজত টেকেলী ভঙা আৰু মিউজিকেল চেয়াৰ আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’তথা অতিৰিক্ত উপায়ুক্তসকল […]