Posted inঅসম

প্ৰশাসনৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি তেজপুৰৰ এখন বিদ্যালয়ৰ আজৱ কাণ্ড

তেজপুৰঃ একমাত্ৰ বেপাৰৰ স্বাৰ্থতেই চৰকাৰ – প্ৰশাসনৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি এগৰাকী গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বত্বাধিকাৰী হিচাপে থকা তেজপুৰৰ এখন বিদ্যালয়খনে সম্পূৰ্ণ ক’ভিড প্ৰট’কল উলংঘা কৰি দীৰ্ঘদিন ধৰি নিয়মীয়াকৈ পাঠদান কৰি অহা ঘটনাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, কৰোণা অতিমাৰীৰ ভয়াবহতাৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰটকলৰ মাজত বৰ্তমানে মাত্ৰ দশম শ্ৰেণীলৈকেহে পাঠদানৰ অনুমতি স্বাস্হ্য বিভাগৰ এছ […]