Posted inঅসম

ৰক্তাক্ত অসম-মিজোৰাম সীমান্ত সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী : অসম মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ দ্বাৰা চলোৱা গুলীত অসম আৰক্ষীৰ ৬ জনকৈ জোৱান নিহত হোৱাৰ উপৰিও কেইবাজনো আৰক্ষী তথা সাধাৰণ লোক আহত হোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি গৰাকীয়ে কয় “আক্ৰমণকাৰীক যদিও মিজো দুৰ্বৃত্ত বুলি কোৱা হৈছে, মোৰ অনুভৱ হয়, এয়া খুব […]