Posted inঅসম

নাজিৰাত পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ তপন গগৈয়ে

নাজিৰাঃ নাজিৰাত এটা ঐতিহাসিক পথৰ আধাৰশিলা স্থাপন । নাজিৰা সমষ্টিৰ নাজিৰা গাওঁ পঞ্চায়তৰ এটি ঐতিহাসিক পথ শেনৰ আলি গাওঁৰ মাজেদি যোৱা বুধবাৰী সত্ৰৰ পৰা বাঁহগড় চাৰিআলি হৈ বৰআলি লৈ যোৱা মুঠ ৩.৮৭৫ কি:মি: দৈৰ্ঘ্যৰ পথটিৰ আজি আধাৰশিলা স্থাপন ‌কৰে যোৰহাট লোকসভা সাংসদ তপন গগৈ আৰু বিধায়ক দেৱব্ৰত শইকীয়াই। মুঠ ২,৪৮,৫১,৭০০ টকা আৱন্টন হোৱা এই পথটোৰ […]