Posted inNews

যোৰহাটত আটক সুৰামত্ত দুই যুৱতী

নিউজ ডেস্ক- দেওবাৰে নিশা যোৰহাটৰ মালৌআলিত সৃষ্টি হয় এক উত্তেজনাময় পৰিবেশৰ। সঞ্জীৱ  বৈস্য নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহৰ কোঠাৰ পৰা অসংযত অৱস্থাত উদ্ধাৰ দুগৰাকী কৈ মহাবিদ্যালয়ত পঢ়ি থকা যুৱতী। স্হানীয় লোকে জনোৱা অনুসৰি দুই যুৱকৰ সৈতে প্ৰায় ডেৰ ঘণ্টা ধৰি ৰাস্তাত কাজিয়া কৰি এক অশান্ত পৰিৱেশৰ সৃষ্টি কৰাত ওলাই আহে স্হানীয় ৰাইজ। আটাইকেইগৰাকী য়ে অত্যাধিক মদ্যপান […]