চীনত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ আতংক। অতি শীঘ্ৰেই ভাৰতলৈ ক’ভিডৰ সংক্ৰমণ হোৱাৰ আশংকা কেন্দ্ৰীয় চৰকাৰৰ। সতৰ্কবাণী দিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ “ভাৰত জোড়ো যাত্ৰা”লৈ। ক’ভিড প্ৰ’ট’কল উলংঘা কৰিলে ভাৰত জোড়ো যাত্ৰা হয়তো স্থগিত ৰখা হ’ব কেন্দ্ৰৰ নিৰ্দেশত। কিন্তু একেই নিয়ম প্ৰযোজ্য নহয় নেকি শাসনাধিষ্ঠ দলৰ ক্ষেত্ৰত ? উল্লেখ্য যে, আগন্তুক ২০২৩ বৰ্ষত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা […]