Posted inNews

আজি কর্ণাটকত ২,৬১৩ গৰাকীৰ প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে

নিউজ ডেস্ক: আজি কৰ্ণাটকৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ২২৪ খন আসনৰ বাবে ২,৬১৩ গৰাকীৰ প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। ৰাজ্যখনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে হ’বলৈ ইতিমধ্যেই সাজু হৈছে নিৰ্বাচনী আয়োগ। প্রতিটো ভোটগ্রহণ কেন্দ্রত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে প্ৰশাসনে। ভোটগ্রহণ কেন্দ্রই কেন্দ্রই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে, এই নিৰ্বাচনত কেইবাটাও স্থানীয় দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে […]