Posted inদেশ-বিদেশ

একনাথ সিন্দে মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী

নিউজ ডেস্ক: একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী,ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে এই কথা ঘোষণা কৰে। বৃস্পতিবাৰে ফাড়নাৱিছ আৰু সিন্দে দুয়োগৰাকী নেতা একেলগে থকা সংবাদমেলত শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেয়ে আজি নিশা ৭.৩০ বজাত মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ‘’মই চৰকাৰৰ বাহিৰত থাকিম আৰু চৰকাৰ যাতে সুকলমে […]