Posted inদেশ-বিদেশ

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক

নিউজ ডেস্ক– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে “কোৱাড সন্মিলন”ত অংশ ল’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত জ’ বাইডেনৰ লগত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথমটো অনলাইন সন্মিলন। উক্ত সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰী ইওশিহিদে সুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনে অংশ ল’ব। চাৰিওখন দেশে চীনৰ প্ৰভাৱৰ বিৰুদ্ধে নিজৰ নিজৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিব। শেহতীয়া ভাবে চীনে ভাৰত, অষ্ট্ৰেলিয়া, জাপান […]