Posted inNews

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৰ্মাহত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন

নিউজ ডেস্ক: উৰিষ্যাৰ কৰ’ম’ণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। ৰাষ্ট্ৰপতি বাইডেনে উল্লেখ কৰি কয় যে এই শোকাৱহ দুৰ্ঘটনাত তেওঁ আৰু তেওঁৰ পত্নী অর্থাৎ আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন অতি মর্মাহত। নিহত লোকসকলৰ আত্মাৰ শান্তি কামনা কৰাৰ উপৰি নিহত লোকৰ পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰিছে বাইডেন দম্পতীয়ে। উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা প্ৰসংগত বিবৃতি প্রকাশ […]