Posted inNews

অহা মে’ মাহত পুনৰ ৫১ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব নিযুক্তি

আজি গোলাঘাটৰ দেৰগাওঁৰ অসম আৰক্ষীৰ ১৭৮নং বেটছৰ পাছিং আউত পেৰেডত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। অহা ১১মে তাৰিখে ৫১হাজাৰ নতুন নিযুক্তি দিয়া হব তাৰে ৬০০০ আৰক্ষী আৰু বনবিভাগত জোৱান থাকিব। মুখ্যমন্ত্ৰীৰগাকীয়ে কয় যে, অসম আৰক্ষীত যোৱা দুটা বছৰ ধৰি নিৰন্তৰ নিযুক্তি আৰু স্বচ্চ নিযুক্তিৰে এটা নতুন পেচাদাৰী দৃষ্টিভংগী নিৰ্মানৰ বাবে […]