Posted inঅসম

অস্তিত্বৰ সংকটত বিশ্বনাথ জিলাৰ একমাত্ৰ বনাঞ্চল, তথাপি আশা ধৰি ৰাখিছে অঞ্চলবাসীয়ে

অসমৰ বিভিন্ন বনাঞ্চল সমূহত বছৰ বছৰ ধৰি বন ধ্বংস কাৰ্য্য চলি আহিছে। দশকজুৰি চলি অহা বনাঞ্চল ধ্বংস আৰু ভুল পৰিচালনাৰ অভাৱত বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলৰ প্ৰতি অস্তিত্বৰ ভাবুকি নামি আহিছে। কিন্তু তথাপি অঞ্চলটোৰ ৰাইজে বনাঞ্চলখনক জীয়াই ৰখাৰ আশা বাদ দিয়া নাই।   ১৯১৭ চনত এখন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল জৈৱ […]