Posted inঅসম

নাজিৰাত চোৰে লৈ যায় টাটা চুমু

নাজিৰাঃ ৰাজ্যৰ আন আন ঠাইৰ দৰে নাজিৰাতো গাড়ী -বাইক চুৰি ঘটনা দিনক দিনে বৃদ্ধি পাইছে।ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নাজিৰা। এইবাৰ শিমলুগুৰি আৰক্ষীৰ নাকৰ তলতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। শিমলুগুৰি আৰক্ষী থানাৰ নিচেই কাষৰপৰাই চোৰে চুৰ কৰি লৈ যায় এখন টাটা চুমু। নাজিৰা বালিঘাট তিনিআলিস্থিত ৰিফিকুল ইছলাম নামৰ ব্যক্তিজনৰ নিজা বাসগৃহৰ চৌহদৰপৰাই চোৰে AS04 BC […]