Posted inঅসম

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ ৫৯টা পদক অৰ্জন

নিউজ ডেস্কঃ অসমৰ খেলুৱৈয়ে কঢ়িয়াই আনিছে ৰাজ্যখনলৈ গৌৰৱ। মহাৰাষ্ট্ৰত ১৩ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতা ২০২২-২৩ত অসমৰ খেলুৱৈ সকলে ৫৯টা পদক অৰ্জন কৰিছে।  ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ১৪০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত পদক অৰ্জন কৰিছে অসমৰ খেলুৱৈসকল। পদক অৰ্জন […]