Posted inদেশ-বিদেশ

তালিবানৰ দখলত আফগানিস্তানৰ ৰাজধানী; বন্ধ বিমানসেৱা, ভাৰতীয় নাগৰিকৰ মাজত হাহাকাৰ

নিউজ ডেস্ক : আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলক নিজৰ দখললৈ আনিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন তালিবানে। শেহতীয়া খবৰ অনুসৰি তালিবানী শক্তিয়ে কাবুলৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰি দেশখনৰ পলায়ন কৰাৰ পিছতে এতিয়া দেশখনত ১৯৯৬ চনৰ পিছত দ্বিতীয় বাৰৰ বাবে তালিবানে পুনৰ শাসন প্ৰতিস্থা কৰে। উল্লেখযোগ্য যে দেশখনৰ পৰা মাৰ্কিন সেনা অপসাৰণ কৰাৰ […]