Posted inNews

কম্বাইণ্ড কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩ত যোগদান প্রধানমন্ত্রী মোডীৰ

১ এপ্রিল, ২০২৩ত ভূপাল ভ্ৰমণ কৰিব প্রধানমন্ত্রী মোদীয়ে। পুৱা ১০ বজাত ভূপালৰ কুশাভাউ ঠাকৰে হলত কম্বাইণ্ড কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩ ত যোগ দিব। তাৰপাছত, দুপৰীয়া ৩ বাজি ১৫ মিনিটত প্রধানমন্ত্রীয়ে ভূপালত ৰাণী কমলাপতি ৰে’ল ষ্টেচনত ভোপাল–নতুন দিল্লী বন্দে ভাৰত এক্সপ্রেছ যাত্ৰাৰ সূচনা কৰিব। তিনি দিনৰ সামৰিক কমাণ্ডাৰসকলৰ সন্মিলন অনুষ্ঠিত হ’ব ৩০ মাৰ্চৰ পৰা ১ এপ্রিল, ২০২৩ […]