Posted inঅসম

মহানগৰীত খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে বিশেষ টাস্ক ফ’ৰ্চ গঠন

নিউজ ডেস্ক : গুৱাহাটী মহানগৰীত অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ প্ৰতি নজৰ দিবলৈ অসম চৰকাৰে এটা ‘টাস্ক ফৰ্চ’ গঠন কৰে। মঙলবাৰে খাদ্য, যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰকাৰী বিষয়া, চেম্বাৰ্চ অৱ কমাৰ্চৰ প্ৰতিনিধি আৰু মহানগৰীৰ পাইকাৰী আৰু খুচুৰা চবজি ব্যৱসায়ীৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰী […]