নিউজ ডেস্ক: অসমৰ ভকতগাঁও গাঁও পঞ্চায়তে ভাৰতৰ প্ৰায় ২.৬৪ লাখ গাঁও পঞ্চায়তৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁও গাঁও পঞ্চায়তে Socially Secured Panchayat শ্ৰেণীত ভাৰতৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ সমগ্ৰ ভাৰতৰ প্ৰায় ২.৬৪ লাখ খন গাঁও পঞ্চায়তক অতিক্ৰম কৰি […]