Posted inNews

BCCIৰ নিৰ্বাচক সমিতিৰ অধ্যক্ষৰ নিযুক্তি প্ৰদান অজিত আগৰকাৰক

নিউজ ডেস্ক- ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন খেলুৱৈ অজিত আগৰকাৰক ভাৰতীয় ক্ৰিকেটৰ পুৰুষ দলৰ নিৰ্বাচক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। কালি অশোক মালহোত্ৰাৰ নেতৃত্বত ক্রিকেট উপদেষ্টা সমিতিৰ সৈতে ভার্চুৱেল সাক্ষাৎকাৰৰ পিছত তেওঁক এই পদত নিযুক্তি প্ৰদান কৰা হয়। বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনায় যে, “সাক্ষাৎকাৰৰ বাবে উপস্থিত থকা আগৰকাৰ হৈছে একমাত্ৰ প্ৰাৰ্থী। সাক্ষাৎকাৰ ভার্চুৱেল আছিল । […]