বোকাখাত, উত্তম কুমাৰ শৰ্মা: আৰক্ষীৰ তৎপৰতাত শুকুৰবাৰে পুৱা বোকাখাতৰ কুৰুৱাবাহীত বস্তাত বান্ধি থোৱা অৱস্থাত ৩০ টাৰো অধিক পোহনীয়া তথা পদপথৰ কুকুৰ উদ্ধাৰ কৰা হয়। এই ঘটনাই বোকাখাতত এতিয়া কুকুৰ সৰবৰাহকাৰী এটা চক্ৰ সক্ৰিয় হৈ থকাৰ কথা পোহৰলৈ আনিছে। অভিযোগ অনুসৰি এটা স্থানীয় এজেন্ট চক্ৰৰ সহযোগতে দীৰ্ঘদিন ধৰি বহিঃ ৰাজ্যলৈ কুকুৰৰ সৰবৰাহ চলি আহিছে। জানিব পৰামতে […]