Posted inঅসম

সাপৰ লগত খেলা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজনে

কাছাৰঃ কিং কোব্ৰা সাপৰ লগত খেলা কৰিবলৈ গৈ প্ৰাণ গ’ল কাছাৰৰ এজন লোকৰ ৷ কাছাৰৰ ধলাই সমষ্টিৰ বিষ্ণুপুৰত সংঘটিত হৈছে ঘটনাটো ৷ নিহত লোকজনৰ নাম ৰঘুনন্দন ভূমিজ ( 60) ৷ ঘৰৰ ওচৰৰ খেতিপথাৰত কাম কৰাৰ অৱস্থাত এটা বিষাক্ত সাপটো ওলাইছিল৷ ধানখেতিৰ মাজত ওলোৱা সাপটো দেখি আগবাঢ়ি গৈ সাপটো ধৰি লয় ৰঘুনন্দনে ৷ লগতে পঢ়কঃআলফা (স্বা)ত […]