Posted inNews

মণিপুৰৰ হিংসাৰ ফলত ৫০০ৰো অধিক লোকে আশ্ৰয় বিচাৰিছে অসমত

নিউজ ডেস্ক: মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক কাৰ্যকলাপ বৰ্তমানেও শান্ত হোৱা নাই। এই ঘটনাৰ ফলস্বৰূপে বহু লোক ক্ষতিগ্ৰস্ত হয় যাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়ালে অসমত আশ্ৰয় বিচাৰিছে। জানিব পৰা মতে, কাছাৰ জিলাৰ লখিমপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰায় ৫০০ৰো অধিক লোকে আশ্ৰয় লৈছে। ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা অহা লোকৰ এটা বৃহৎ দলে জিৰি নদী হৈ কাছাৰ জিলাত উপস্থিত […]