নিউজ ডেস্কঃ এতিয়াৰে পৰা ইনজেকচনৰ সলনি নাকৰে ল’ব পাৰিব কৰোনাৰ প্ৰতিষেধক। কৰোনাৰ প্ৰতিষেধক ক’ভাক্সিন প্ৰস্তুত কৰা কোম্পানী ভাৰত বায়’টেকে ইয়াৰ পৰীক্ষণত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। এই প্ৰতিষেধকটোৰ বৈজ্ঞানিক নাম হৈছে বিবিভি১৫৪ । এই প্ৰতিষেধকৰ প্ৰথম পৰীক্ষণত কৰোনাৰ দুই পালিৰ প্ৰাথমিক ভেকছিনৰ বাবে চলি আছিল আৰু দ্বিতীয়টো বুষ্টাৰ পালি হিচাপে, যাক কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰয়োগ কৰা […]