Posted inঅসম

শোণিতপুৰত জ্যেষ্ঠ নাগৰিক সকলৰ ঘৰে ঘৰে গৈ স্বাস্থ্যকৰ্মী সকলে প্ৰদান কৰিলে কৰোনাৰ ভেকচিন

শোণিতপুৰঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা জ্যেষ্ঠ – বিশিষ্ট ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়া – কৰ্মচাৰীয়ে কৰোনাৰ ভেকচিন প্ৰদান কৰি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ প্ৰতিষেধক বিষয়া ডাঃবিমান শৰ্মাৰ নেতৃত্বত স্বাস্থ্য কৰ্মী সকলে কলিবাৰীস্থিত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ বাসগৃহত সাহিত্য কাণ্ডাৰী গৰাকীৰ পো- বোৱাৰী পৰী গোহাঞি বৰুৱা আৰু পথদুৰ্ঘটনাত পতিত হৈ […]