Posted inঅসম

দুৰ্গোৎসৱৰ সময়ত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা

নিউজ ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱ এইবাৰ বহু কঠোৰ নীতি নিয়মেৰে চৰকাৰে পালন কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো আনন্দ উলাহৰ মাজতে সংঘটিত হয় প্ৰায় ৫৪১ টা পথ দুৰ্ঘটনা | ইয়াৰে ৪৯ টা দুৰ্ঘটনাই হৈছে কামৰূপ জিলাত |মৃত্যুঞ্জয় ১০৮ সেৱাৰ ফালৰ পৰা লাভ কৰা তথ্য অনুসৰি ষষ্ঠীত ৮০টা, সপ্তমীত ৯৪টা,অষ্টমীত ১২০ টা, নবমীত ১৩৭টা, দশমীত ১১০টা দুৰ্ঘটনাত পুজাৰ দিনকেইটাত […]