Posted inজীৱনশৈলী

Puja Look: এটা সাধাৰণ বগা চাৰ্টৰ সহায়ত কৰিব পাৰে বিভিন্ন ধৰণে ষ্টাইল

নিউজ ডেস্কঃ সাধাৰণতে যুৱতীসকলৰ ক্ষেত্ৰত দেখা যায় যিমানেই কাপোৰ নাথাকক কিয় বিয়া বা অফিচ পাৰ্টি, পূজা ,যিকোনো অনুষ্ঠানৰ পূৰ্বে সকলো ছোৱালীৰ মনত মাত্ৰ এটাই প্ৰশ্ন থাকে – কি পিন্ধিব? এইবাৰ দুৰ্গা পূজাত যদি যুৱতীসকলে কেইবাযোৰো কাপোৰ কিনাৰ আপুনি সুযোগ পোৱা নাই তেনেহ’লে চিন্তাৰ কোনো প্ৰয়োজন নাই।কাৰণ এটা বগা চাৰ্টেৰে আপোনাৰ আলমাৰীত থকা বিভিন্ন পোছাকৰ লগত […]